Kaziranga Live

কাজিৰঙাত নাৰকীয় ঘটনা। অবৈধ মাতৃত্ব ঢাকিবলৈ গাঁত খান্দি পুতি থলে গৰ্ভজাত সন্তানক

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৫ মে’: অবৈধ মাতৃত্ব ঢাকিবলৈ কাজিৰঙাত এগৰাকী যুৱতীয়ে সংঘটিত কৰিলে এক…

জি আই এইছ এম (GIHM), গুৱাহাটীৰ উদ্যোগত বিনামূলীয়া কেৰিয়াৰ কৰ্মশালা সম্পন্ন

নিউজ ডেস্ক, ,কাজিৰঙা লাইভ , ২৪ মে’ : উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ হোটেল মেনেজমেণ্ট শিক্ষা প্ৰতিষ্ঠান গেটৱে…

কাজিৰঙা আৰু মণিপুৰী চিকাৰীঃ আজিৰ দিনটোৰ বিশেষ অভিজ্ঞতা সুঁৱৰিলে আৰক্ষী বিষয়া দেৱেন বৰাই।

কাজিৰঙা লাইভত আৰক্ষী বিষয়াৰ স্মৃতি ৰোমন্থনঃ কাজিৰঙাত মনিপুৰি পাইটে চিকাৰী দলৰ ওপৰত ২০১৮ বৰ্ষৰ আজিৰ…

কাজিৰঙাৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা লোকে নদীত স্নান কৰাকলৈ আতংক কাজিৰঙাত

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২০ মে’: কাজিৰঙাৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ শিথিল ব্যৱস্থাই আতংকৰ সৃষ্টি কৰিছে কাজিৰঙাত…

কাজিৰঙাত বিজেপি নেতাৰ তেল দিপুত গ্ৰাহকক ৰাম ঠগণ। ৩৬০ লিটাৰ টেংকীত সোমাল ৩৮৪ লিটাৰ তেল

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২০ মে’: লকডাউনৰ সুবিধা লৈ কাজিৰঙাত গ্ৰাহকক ৰাম ঠগন তেল ডিপোৰ।…

কহঁৰাত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ লোকক প্ৰশংসা যাত্ৰীৰ। গোলাঘাট জিলাৰ সকলো প্ৰৱেশ পথত নাই যাত্ৰীক পৰীক্ষা কৰা ব্যৱস্থা।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৮ মে: ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা অসমৰ বিভিন্ন প্ৰান্তৰ…