Breaking News: কলিয়াবৰৰ হাৰমতীত তেল চুৰি চক্ৰ উৎখাট

কলিয়াবৰ মহকুমাৰ হাৰমতীত জখলাবন্ধা আৰক্ষীৰ অভিযান। অভিযানত উৎখাট তেল চুৰি চক্ৰ। নজিৰ হুছেইন মালিকাধিন এখন লাইন হোটেল পাছফালে চোৰাং তেল মজুদ কৰি ৰখা অভিযোগত হোটেলৰ মালিকক আটক আৰক্ষীৰ। নজিৰ হুছেইনক শোধ-পোছ অব্যাহত আৰক্ষীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *