Society

আৰণ্যকৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলত কৃষকৰ মাজত টৰ্চ লাইট বিতৰণ :

কাজিৰঙা লাইভ, বোকাখাত, ২৭ নবেম্বৰ: আঘোন মহীয়া পথাৰৰ লক্ষিমী চপোৱাৰ সময়ত হাতী উপদ্ৰব নিয়ন্ত্ৰন কৰি…

বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত পলিমা বি চেতিয়াৰ “কথা বীক্ষা” উন্মোচন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৩ আগষ্ট: বৃহস্পতিবাৰে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত , বোকাখাত নাট্য…

বোকাখাত মহকুমাৰ মহকুমাধিপতি হিচাপে যোগদান ২০১৯ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া ডা: নেহা যাদৱৰ।

বোকাখাতৰ পৰা পলিমা বি চেতিয়া, কাজিৰঙা লাইভ, ২০ জুলাই: ২০১৯ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া…

বোকাখাত মহকুমাত আবকাৰী আৰু আৰক্ষী বিভাগৰ যুতীয়া অভিযানত বৃহৎ প্ৰৰিমানৰ মদ বনোৱা পাচ্ আৰু চুলাই মদ জব্দ

কাজিৰঙা লাইভ, বোকাখাত, ১২ জুলাই : বোকাখাত মহকুমা আৱকাৰী আৰু আৰক্ষী বিভাগে বোকাখাত আৰক্ষী চকীৰ…

ক’ভিডৰ ফলত কৰ্ম-সংস্থাপনহীন হোৱা কাজিৰঙাৰ একাংশ লোকক সাহাৰ্য প্ৰদান ‘কাজিৰঙা লাইভ’ৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২ জুলাই: বোকাখাত মহকুমাত ক্ৰমবৰ্ধমান কভিড ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য…

অপাৰ সেউজীয়া বুকুত লৈ অসীমৰ সীমা বিচাৰি পৃথিৱী এৰি গুচি গ’ল এমুঠি কিৰণ’ৰ স্ৰষ্টা কবি, আবৃত্তিকাৰ সংগীতা গগৈ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৪ জুনঃ নিজৰ কবিতাৰে পঢ়ুৱৈৰ মাজত জনপ্ৰিয় হৈ পৰা ‘এমুঠি কিৰণ’ৰ…