কমাৰগাঁও প্ৰেছ ক্লাৱৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন, বােকাখাতৰ প্রবীণ সাংবাদিক বাবুলাল ম’ৰ, বােকাখাতৰ প্রদ্যুত মহন্ত, মৰঙিৰ প্রিয়ংদ্বীপ কাকতিক বঁটা প্রদান
কাজিৰঙা লাইভ, বোকাখাত, ১৭ নৱেম্বৰ: গােলাঘাট জিলাৰ বােকাখাত মহকুমাৰ অধীনৰ বৃহত্তৰ কমাৰগাঁও অঞ্চলত ন-কৈ জন্ম…
