গোলাঘাট জিলাত লকডাউনৰ সময়সীমা বৃদ্ধি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৪ জুলাই: গোলাঘাট জিলাত লকডাউনৰ সময়সীমা এদিন বৃদ্ধি । দুদিনৰ বাবে জিলা প্ৰশাসনে নিজাববীয়াকৈ দিছিল সম্পুৰ্ণ লকডাউন । আজি অন্ত পৰিব এই সময়সীমা । কিন্তু বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ এদিনলৈ বৃদ্ধি কৰিছে সম্পুৰ্ণ লকডাইনৰ সময়সীমা । কালিলৈ অৰ্থাৎ ১৫ জুলাইৰ দিনটোতো লকডাউন অব্যাহত থাকিব জিলা খনত ।

Leave a Reply

Your email address will not be published. Required fields are marked *