বোকাখাতৰ বিভিন্ন এলেকাত আৱকাৰী আৰু আৰক্ষী বিভাগৰ অভিযান।

কাজিৰঙা লাইভ,বোকাখাত, ১৪ জুলাই : বোকাখাত মহকুমা আৱকাৰী বিভাগ আৰু আৰক্ষী বিভাগে লৱণঘাট, কান্ধুলিমাৰী, তলগাওঁ আৰু লখৌজানৰ বিভিন্ন এলেকাত যুটীয়াভাবে অভিযান চলাই ৮০ লিটাৰ চুলাই মদ বনোৱা পাচ্ আৰু ২০ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰি নষ্ট কৰে। ইয়াৰ উপৰিও আৱকাৰী বিভাগে ২ টাকৈ চুলাই মদ তৈয়াৰ কৰা সা-সঁজুলিও জব্দ কৰি নষ্ট কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *