শোকবাৰ্তা: অসম ৰাজ্যিক সাংবাদিক সন্থা

বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঞিদেৱৰ মৃত্যু অসমীয়া সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি । তেখেতৰ বিয়োগত সমগ্ৰ অসমবাসীৰ লগতে অসম ৰাজ্যিক সাংবাদিক সন্থাও অতিশয় মৰ্মাহত । সন্থাৰ তৰফৰ পৰা প্ৰয়াত সাহিত্যিক গৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ । ওঁমঃ শান্তি ।।

জিতু শৰ্মা ৰাজখোৱা
সভাপতি
ৰাতুল বৰা
সম্পাদক
অসম ৰাজ্যিক সাংবাদিক সন্থা
১২ মে’, ২০২১

Leave a Reply

Your email address will not be published. Required fields are marked *