অৱশেষত চূড়ান্ত হ’ল নতুন মন্ত্ৰীসভাৰ দপ্তৰৰ তালিকা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১১ মে’:

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাৰ দপ্তৰৰ তালিকা চুড়ান্ত কৰা হৈছে।কেন্দ্ৰৰ অনুমোদন লাভ কৰাৰ পাছতেই ঘোষণা দপ্তৰ সমূহ …

চাওক কোন মন্ত্ৰীয়ে কি দপ্তৰ ..

১)হিমন্ত বিশ্ব শৰ্মা: গৃহ, গড়কাপ্টানী,পাৰ্ছনেল বিভাগ।
২)ৰঞ্জিত দাস: পঞ্চায়ত,গ্ৰামোন্নয়ন,জনস্বাস্থ্য,খাদ্য আৰু অসামৰিক যোগান।
৩)চন্দ্ৰমোহন পাটোৱাৰী: পৰিবহন,বাণিজ্য আৰু উদ্যোগ,সংখ্যালঘূ উন্নয়ন।
৪)পীযুষ হাজৰিকা: জলসম্পদ,সংসদীয় পৰিক্ৰমা,জনসংযোগ।
৫)অতুল বৰা: কৃষি, পশুপালন আৰু অসম চুক্তি ৰূপায়ণ ৷
৬)অজন্তা নেওগ: বিত্ত,সমাজ কল্যাণ।
৭)কেশৱ মহন্ত: স্বাস্থ্য, বিজ্ঞান আৰু প্ৰযুক্তি।
৮)ইউ জি ব্ৰহ্ম: ভূমি সংৰক্ষণ,জনজাতি উন্নয়ন,হস্ততাঁত,বস্ত্ৰশিল্প।
৯)ডাঃ ৰণোজ পেগু: শিক্ষা,ভৈয়াম জনজাতি উন্নয়ন ।
১০)পৰিমল শুক্লবৈদ্য: বন, আৱকাৰী,মীন।
১১)অশোক সিংঘাল: জলসিঞ্চন,গুৱাহাটী উন্নয়ন,নগৰ উন্নয়ন।
১২)বিমল বৰা: সাংস্কৃতিক, শক্তি, ক্ৰীড়া আৰু যুৱ কল্যাণ।
১৩)সঞ্জয় কিষান: শ্ৰম, চাহ জনজাতি উন্নয়ন।
১৪)যোগেন মহন: ৰাজহ,পাৰ্বত্য উন্নয়ন,খনি।

Leave a Reply

Your email address will not be published. Required fields are marked *