ক’ভিডত আক্ৰান্ত হৈ মৃত্যু কাজিৰঙাৰ এজন লোকৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৪ মে’: ৰাজস্থানৰ জয়পুৰত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু কাজিৰঙাৰ এজন লোকৰ

ৰাজস্থানত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল বাদল সৰকাৰ নামৰ লোকজন

১নং কঁহৰা গাঁও নিবাসী যুৱকজন বিগত বহুদিন ধৰি আক্ৰান্ত হৈ আছিল ক’ভিডত

জয়পুৰৰ এছ এম এছ চিকিৎসালয়ত মৃত্যু হয় লোকজনৰ

Leave a Reply

Your email address will not be published. Required fields are marked *