শোকবাৰ্তা: সদৌ অসম কবি সন্মিলন

বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঞিদেৱৰ মৃত্যু অসমীয়া সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি । তেখেতৰ বিয়োগত সমগ্ৰ অসমবাসীৰ লগতে সদৌ অসম কবি সন্মিলনো অতিশয় মৰ্মাহত । সদৌ অসম কবি সন্মিলনৰ তৰফৰ পৰা প্ৰয়াত সাহিত্যিক গৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ । ওঁমঃ শান্তি ।।

প্ৰদীপ শইকীয়া
সভাপতি
উজ্জ্বল পাওগাম
প্ৰধান সম্পাদক
সদৌ অসম কবি সন্মিলন ।।
১২ মে’, ২০২১

Leave a Reply

Your email address will not be published. Required fields are marked *