Kaziranga Breaking.

কাজিৰঙাত গঁড়ৰ আক্ৰমণ নিহত বনকৰ্মী।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগৰাতলী বনাঞ্চলৰ শিঙা বনশিবিৰৰ ফৰেষ্ট গাৰ্ড হিচাপে কৰ্মৰত নিহত বন কৰ্মী জনৰ নাম মহেশ্বৰ হাজৰিকা।
সন্ধ্যা শিঙা বনশিবিৰ এলেকাত তহলদাৰী কৰি থকা অৱস্থাত অতৰ্কিতে আক্ৰমণ কৰে বনকৰ্মী জনক।বনকৰ্মী জনৰ ঘৰ কাজিৰঙাৰ বচাগাঁৱত।

Leave a Reply

Your email address will not be published. Required fields are marked *