কাজিৰঙাত পথ দুর্ঘটনাত নিহত এজন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৪ জানুৱাৰী: কাজিৰঙাত পথ দুৰ্ঘটনা ৷ কহঁৰা আৰক্ষী চকীৰ অন্তৰ্গত ৰঙাজানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত অচিনাক্ত বাহনৰ খুন্দাত নিহত পৱন কিষান নামৰ এজন লোক ৷ নগাঁও দিশত গৈ থকা বাহন খনে ঘাই পথৰ দাঁতিত ৰৈ থকা লোক জনক খুন্দিয়াই পলায়ন কৰে ৷ জানিব পৰা মতে লোকজন হাতীখুলি চাহবাগিচাৰ স্থায়ী কৰ্মচাৰী ৷

Leave a Reply

Your email address will not be published. Required fields are marked *