কাজিৰঙাত পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী মহিলাৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ ডিচেম্বৰ: কাজিৰঙাত সংঘটিত হোৱা এক শোকাবহ পথ দুর্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু। জানিব পৰা মতে, কহঁৰা আৰক্ষী চকীৰ অন্তৰ্গত বচাগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হোৱা দুৰ্ঘটনাটোত মৃত্যু হয় বচাগাঁৱৰ অনু হাজৰিকা (৬০) নামৰ মহিলাগৰাকীৰ । দুৰ্ঘটনা সংঘটিত কৰি নগাঁও দিশে পলায়ণ কৰে অচিনাক্ত বাইকখন।

Leave a Reply

Your email address will not be published. Required fields are marked *