বনৰীয়া ম’হ চিকাৰ কৰি আটক তিনি চোৰাং চিকাৰী

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ নৱেম্বৰ: এইবাৰ চোৰাং চিকাৰীৰ চকু বনৰীয়া ম’হত ৷ বৃহস্পতিবাৰে বনবিভাগে আটক কৰে তিনিটা চোৰাং চিকাৰীক ৷বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰথম সংযোজনত বনৰীয়া ম’হ চিকাৰৰ অভিযোগ ধৃত চোৰাং চিকাৰী কেইটাৰ বিৰোদ্ধে ৷ অটোকাধিন ক্ৰমে, লাওখোৱা অঞ্চলৰ আব্দুল বাৰেক, মকসেইদুল হ’ক আৰু চমৰ আলি।

Leave a Reply

Your email address will not be published. Required fields are marked *