কাজিৰঙাত ক’ভিড ১৯ ত আক্ৰান্ত হৈ এজনৰ মৃত্যু।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২০ ছেপ্টেম্বৰ: কাজিৰঙাৰ ক’ভিড আক্ৰান্ত যুৱকৰ মৃত্যু ৷ ক’ভিড আক্ৰান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত কাজিৰঙাৰ গেলেকী নিবাসী দ্বিপেন গগৈ নামৰ যুৱক জনে দেওবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে ৷উদীয়মান ব্যৱসায়ী দ্বিপেন গগৈৰ মৃত্যুত কাজিৰঙা অঞ্চলত শোকৰ ছাঁ পৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *