কহঁৰা আদৰ্শ চিকিংসালয়ত ক’ভিড আক্ৰান্ত ৰোগীৰ চিকিৎসা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ জুলাই: কাজিৰঙাৰ কহঁৰা আদৰ্শ চিকিংসালয়ত ক’ভিড আক্ৰান্ত ৰোগী ৷ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ সামান্তৰাল ভাৱে কমি আহিছে কভিড আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ স্থান ৷ তাৰ মাজতে চাৰিজন ক’ভিড ৰোগীক চিকিৎসাৰ বাবে কাজিৰঙাৰ কহঁৰা আদৰ্শ চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্ত্তি কৰা হৈছে ৷ জানিব পৰা মতে, এতিয়াৰে পৰা কহঁৰা আদৰ্শ চিকিংসালয়ত চিকিৎসা কৰা হব ক’ভিড আক্ৰান্ত ৰোগীক।

Leave a Reply

Your email address will not be published. Required fields are marked *