কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৪ মে: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত আহত এজন বনকৰ্মী। উদ্যানৰ কহঁৰা বনাঞ্চলৰ দুসুঁতি বনশিৱিৰ এলেকাত গঁড়ৰ আক্ৰমণত আহত হোৱা বনকৰ্মী জন চামেল চাওৰা বুলি জানিব পৰা গৈছে। বুকুত আঘাতপ্ৰাপ্ত বনকৰ্মীজনক কহঁৰা আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *