কাজিৰঙা সমবায় সমিতিৰ চাউল হৰলুকী কৰা এজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৮ এপ্ৰিল: কাজিৰঙা সমবায় সমিতিৰ ৮০০ কুইণ্টল চাউল হৰলুকী কৰা গুদাম ৰক্ষক পলাশ গগৈক গ্ৰেপ্তাৰ। বোকাখাত আৰক্ষীয়ে কাজিৰঙাত অভিযান চলাই শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰে পলাশ গগৈক। যোৱা ৩ এপ্ৰিলৰ পৰা পলাতক অৱস্থাত আছিল সমবায়টোৰ সম্পাদক বুবুল দলৈ আৰু গুদাম ৰক্ষক পলাশ গগৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *