গোলাঘাটত ক’ভিদ ১৯ ত আক্ৰান্ত ৮

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১ এপ্ৰিল: ৰাজ্যত বৃদ্ধি পাইছে ক’ৰনা আক্ৰান্তৰ সংখ্যা ৷ এইবাৰ ক’ভিদ ১৯ ত আক্ৰান্ত গোলাঘাট জিলাৰ আঠ জনকৈ লোক ৷ এই আঠ জন জিলাখনৰ দেৰগাঁও, মেৰাপানী আৰু মৰঙীৰ ৷ আক্ৰান্ত কেইজন হ’ল ক্ৰমে, দেৰগাঁৱৰ ৱাহিদা বেগম আৰু আনোৱাৰ হুছেইন, মেৰাপানীৰ য়াকুব আলি, জেচমিনা বেগম, চালেহা বেগম আৰু ৰুমা বেগম, মৰঙীৰ আইদৰ আলি আৰু এলিনা বেগম ৷ আক্ৰান্ত আঠোজনকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি জানিব পৰা গৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *