বেষ্ট কেম্পাৰ ফৰ ইন্টিগ্ৰেচন সন্মান গোলাঘাটৰ নেহেৰু যুৱ কেন্দ্ৰ আৰু বোকাখাতৰ প্ৰেৰণা মহিলা সাৱলীকৰণ সংঘলৈ

কাজিৰঙা লাইভ, বোকাখাত, ২ মাৰ্চঃ নেহেৰু যুৱ কেন্দ্ৰৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় একতা শিৱিৰত অংশ গ্ৰহণ কৰি গোলাঘাট নেহেৰু যুৱ কেন্দ্ৰ আৰু বোকাখাতৰ প্ৰেৰণা মহিলা সাৱলীকৰণ সংঘই বেষ্ট কেম্পাৰ ফৰ ইন্টিগ্ৰেচন সন্মান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ দলটোৰ ২০ জন প্ৰতিনিধিয়ে ২৩ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ চিকিমৰ নামচিৰ ইণ্ডিয়ান হিমালয় চেন্টাৰ ফৰ ইক’টুৰিজিমত অনুস্থিত শিৱিৰৰ প্ৰতিটো বিষয়েই প্ৰদৰ্শন কৰে ৷ দলটোৰ নেতৃত্ব প্ৰদান কৰিছিল সঞ্জীৱ ঠেঙাল আৰু মৌচুমী দাস হাজৰীকাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *