কাজিৰঙাৰ ৰাজপথত বনৰীয়া ম’হৰ বিচৰণ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৯ জানুৱাৰীঃ
কাজিৰঙাৰ কহঁৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে নিশা দেখা গ’ল এটা বনৰীয়া ম’হৰ বিচৰণ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া ম’হটোৱে কহঁৰা আদৰ্শ চিকিৎসালয়ৰ সমীপৰ ৰাষ্ট্ৰীয় পথত কিছু সময় বিচৰণ কৰি আঁতৰি যায় ৷ কাজিৰঙাৰ স্থানীয় দীপক ভূঞাঁই “কাজিৰঙা লাইভ”লৈ প্ৰেৰণ কৰিছে ৰাজপথত বনৰীয়া ম’হৰ বিচৰণৰ ফটো ৷ আপুনিও এনে কোনো সংবাদ থাকিলে প্ৰেৰণ কৰিব পাৰে আপোনালোকৰ প্ৰিয় ৱেব চেনেল “কাজিৰঙা লাইভ”লৈ ৷ বিবেচনা অনুযায়ী প্ৰকাশ কৰা হ’ব ৱেব চেনেলত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *