চল ক্ৰাফটৰ উদ্যোগত কাজিৰঙাত মহিলা সবলীকৰণ অনুষ্ঠান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ডিচেম্বৰঃ চল ক্ৰাফট নামৰ মহিলা সংগঠন টোৰ উদ্যোগত কাজিৰঙাৰ আয়ৰা ৰিজৰ্টত ৯ জানুৱাৰীৰ পৰা ১২ জানুৱাৰী ২০২০ ত কিছু কাৰ্যসূচী লোৱা হৈছে। আজি উদ্যোক্তা সকলে বোকাখাতত সংবাদ মাধ্যমক সদৰি কৰামতে মহিলা সকলৰ সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি কুটীৰ উদ্যোগৰ সামগ্রী প্ৰদৰ্শন তথা বিক্রী, ছাত্র ছাত্রী মাজত কুইজ, কবি সন্মিলন, আলোচনা চক্র, ছবি অকা, অন্তৰংগ আলাপ আদি বিভিন্ন অনুষ্ঠান হব। ৰাজ্য খনৰ কিছু প্ৰতিষ্ঠিত মহিলাক আমন্ত্রণ কৰা হৈছে। নাৰী সবলীকৰণৰ বাবে, অধিকাৰৰ বাবে সজাগতা চলোৱা হব।

Leave a Reply

Your email address will not be published. Required fields are marked *