কলিয়াবৰ কুঠৰীত সমাজ কৰ্মী প্ৰদীপ কোঁৱৰৰ মৃত্যু

কাজিৰঙা লাইভ, কুঠৰী, ২৪ নৱেম্বৰ: কলিয়াবৰ কুঠৰীৰ সমাজ কৰ্মী তথা গাওঁ ৰক্ষী বাহিনীৰ প্ৰাক্তন সম্পাদক প্ৰদীপ কোঁৱৰৰ আজি পুৱাই পৰলোকপ্ৰাপ্তি হয়। কুঠৰী গাওঁ ৰক্ষী বাহিনীৰ প্ৰাক্তন সম্পাদক প্ৰদীপ কোঁৱৰে মৃত্যুৰ সময়ত পত্নী আৰু দুই কন্যা সন্তান আৰু বহু শুভাকাংক্ষী লোকক এৰি থৈ যায়।কোঁৱৰৰ মৃত্যুত কুঠৰী গাঁও ৰক্ষী বাহিনী তথা অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতি কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *