দুদিনীয়া ভ্ৰমণ সূচীৰে কাজিৰঙাত উপস্থিত ফৰাচী ৰাষ্ট্ৰদূত ।

কাজিৰঙা লাইভ, কলিয়াবৰ, ২ নৱেম্বৰ: দুদিনীয়া ভ্ৰমণসূছীৰে আজি কাজিৰঙাত উপস্থিত হৈছে ফৰাচী ৰাষ্ট্ৰদূত ইমানুৱেল লেনেইন। কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰদূত গৰাকীয়ে বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ সাধুভেটি বন শিৱিৰ পৰিদৰ্শন কৰাৰ লগতে বনকৰ্মী সকলৰ সৈতে মত-বিনিময় কৰে। ফৰাচী ৰাষ্ট্ৰদূত গৰাকীৰ ভ্ৰমণৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাক্তন ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াকে ধৰি বন বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *