কাজিৰঙা বন বিভাগৰ জালত দুই চোৰাং চিকাৰী

কাজিৰঙা লাইভ, বোকাখাত, ৩০ অক্টোবৰ: কাজিৰঙা বন বিভাগে গোপনসুত্ৰৰ পম খেদি ৰোহিতা চাপৰিৰ পৰা আটক কৰে দুটা গ‍‌ঁঁড় চিকাৰী ৷ চিকাৰি কেইটাৰ পৰা এটা .৩০৩ ৰাইফলৰ লগতে বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে বন বিভাগে ৷ চিকাৰী কেইটাৰ নাম গহপুৰৰ কিৰন দাস আৰু ৰনোজ পেগু বুলি জানিব পৰা গৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *