বোকাখাত থানাত নতুন অ চি ৰ যোগদান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ অক্টোবৰঃ
মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন গৃহ মুকলি কৰা বোকাখাত সদৰ থানাত ভাৰপ্ৰাপ্ত বিষয়া হিচাবে যোগদান কৰে দিব্যজ্যোতি দত্তই। পৰিদৰ্শক দত্তই আজি বোকাখাতৰ সাংবাদিক সকলৰ লগত মতবিনিময় কৰাৰ লগতে অবৈধ মদ, ড্ৰাগছ বন্ধ কৰা, জুৱা , চুৰি, চোৰাং চিকাৰ ৰোধ কৰা, বাইকষ্টান্ট আদি বিষয় সন্দৰ্ভত আলোচনা কৰে । ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে আইন শৃংখলা নিয়ন্ত্রণ ক্ষেত্ৰত সাংবাদিক সকলৰ সহযোগিতা কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *