কলিয়াবৰত নৱ-নিৰ্মিত দূৰ্গা মন্দিৰৰ শুভাৰম্ভ কৰে মন্ত্ৰী কেশৱ মহন্তই

কাজিৰঙা লাইভ,কলিয়াবৰ, ২৯ ছেপ্টেম্বৰ : ৰাজ্যৰ চৌপাশে এতিয়া দূৰ্গা দেৱীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ ইয়াৰ মাজতে আজি কলিয়াবৰ তিনিআলিত নৱ-নিৰ্মিত দূৰ্গা মন্দিৰৰ শুভাৰম্ভ কৰে মন্ত্ৰী কেশৱ মহন্তই। সূদুৰ ৰাজস্থানৰ পৰা অনা দূৰ্গা প্ৰতিমা ভাগ কলিয়াবৰ তিনিআলিত প্ৰতিষ্ঠা কৰা দূৰ্গা মন্দিৰত ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰসাৰণ কৰাত পূৰ্বৰ স্থানৰ পৰা স্থানান্তৰিত কৰিব লগা হৈছিল। কলিয়াবৰ তিনিআলিৰ সমীপতে এই ভাগ দূৰ্গা প্ৰতিমাৰ স্থায়ী মন্দিৰৰ এক মাঙ্গলিক পৰিবেশত শুভ উন্মোচন কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *