নুমলীগড় ৫ নং লাইন প্ৰাথমিক বিদ্যালয়ত স্বচ্ছ ভাৰত অভিযান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৭ ছেপ্টেম্বৰঃ নুমলীগড় চাহ বাগিচাৰ ৫নং লাইন প্ৰাথমিক বিদ্যালয়য়ে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী। আজি গোলাঘাট জিলাৰ পানী আৰু অনাময় সমিতি আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত এক সজাগতা সভা আৰু শোভাযাত্ৰা উলিওৱা হয়। লগতে ছাত্ৰ ছাত্ৰীসকলক বহী- কলম প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *