কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৭ ছেপ্টেম্বৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ ৷ কহঁৰা বনাঞ্চলৰ লেংটাজান বনশিৱিৰ এলেকাত উদ্ধাৰ এটা উৱলি যোৱা অপ্ৰাপ্ত বয়স্ক মাইকী বাঘৰ মৃতদেহ ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিযা মতে প্ৰায় এসপ্তাহৰ পূৰ্বে পৰস্পৰ যুঁজত বাঘ জনীৰ মৃত্যু হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *