বোকাখাতত চোৰ ৰূপী মহিলা আটক

কাজিৰঙা লাইভ, বোকাখাত,২৬ ছেপ্টেম্বৰ: বোকাখাতত দৈনিক  বাছৰ পৰা চোৰৰ ৰূপত মহিলা আটক ৷ বাছত অহা যাত্ৰীৰ বেগৰ পৰা নগদ ধন, মবাইল, কাপোৰ চুৰি কৰিছিল মহিলা গৰাকীয়ে ৷ মৰাণৰ পৰা অহা পৰিস্মিতা গগৈ নামৰ যুৱতীৰ পৰা চুৰি কৰে সামগ্ৰীখিনি ৷ সামগ্ৰীখিনি চুৰি কৰা নগাঁও চানমাৰিৰ চুলতানা খাতুনক বোকাখাত আৰক্ষীয়ে আটক কৰে ৷ বৰ্তমান বোকাখাত আৰক্ষীৰ জিম্মাত মহিলা গৰাকী।

Leave a Reply

Your email address will not be published. Required fields are marked *