উদ্দীপনা সংঘৰ উদ্যোগত দিহানাম আৰু কীৰ্তন পাঠ প্ৰতিযোগিতা।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৭ অক্টোবৰ: বোকাখাতৰ অন্যতম মহিলা সাংস্কৃতিক অনুষ্ঠান উদ্দীপনা সংঘৰ উদ্যোগত গোলাঘাট জিলা ভিত্তিত মহিলা সকলৰ মাজত দিহানাম আৰু কীৰ্তন পাঠ প্ৰতিযোগিতা অনুষ্ঠিত হয়। যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে ভাগ লোৱা অনুষ্ঠানৰ পতাকা উত্তোলন কৰে সভানেত্রী মঞ্জু পানিকাই। কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰেখাৰানী তামুলী উদোদ্ধন কৰা অনুষ্ঠানটিয়ে পঞ্চদশ বৰ্ষত ভৰি দিয়া মহিলাৰ সাংস্কৃতিক, সামাজিক আৰু মহিলাৰ খেলাধূলা আদিত সক্ৰীয় অংশগ্রহণ কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

You may have missed