সাংস্কৃতিক মহাসংগ্ৰামত জ্বিলিকিল কাজিৰঙাৰ জীয়ৰী ভিটালী

মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা, ৯ফেব্ৰুৱাৰী: ‘অসম সাংস্কৃতিক মহাসংগ্ৰাম’-ত কাজিৰঙাৰ উদীয়মান কণ্ঠশিল্পী ভিটালী গগৈয়ে সফলতা অৰ্জন কৰি কাজিৰঙালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ বিষ্ণু ৰাভা গীতৰ প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি সফলতা অৰ্জন কৰাত কাজিৰঙাৰ বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে ভিটালী গগৈক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *