শোকবাৰ্তা: ৰূপেশ গোৱালা, বিধায়ক, ১২৫ নং ডুমডুমা সমষ্টি

অসমীয়া সাহিত্য-সমাজ জীৱনৰ কিম্বদন্তি মহীৰূহ শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিদেৱৰ মৃত্যু অসমীয়া সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি । তেখেতৰ বিয়োগত অতিশয় শোকস্তব্ধ হৈ পৰিছোঁ । প্ৰয়াত সাংবাদিক,ঔপন্যাসিক,সু- সাহিত্যিক গৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ । ওঁমঃ শান্তি ।।

ৰূপেশ গোৱালা
বিধায়ক
১২৫ নং ডুমডুমা সমষ্টি
১২ মে’, ২০২১

Leave a Reply

Your email address will not be published. Required fields are marked *