শোকবার্তা: গোলাঘাট সদৰ কবি সন্মিলন

অসমীয়া জাতিৰ মহীৰূহ স্বৰূপ, যিজনে জীৱনৰ শেষ সময়লৈকে অসমীয়া ভাষা সাহিত্য জগতৰ বাবে অহৰহ কাম কৰি গৈছিল। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাডেমি বঁটা বিজয়ী, সাংবাদিক, বুদ্ধিজীৱী হোমেন বৰগোহাঞিদেৱৰ মৃত্যুত গোলাঘাট সদৰ কবি সন্মিলনৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈও সমবেদনা জ্ঞাপন কৰিলোঁ

হে মহান,আপোনাৰ বিদেহ আত্মাই বৈকুণ্ঠত স্থান পাওক।
ঔম শান্তিঃ শান্তিঃ শান্তিঃ।

গোলাঘাট সদৰ কবি সন্মিলনৰ হৈ
ড০ দীপালী বৰা (সভাপতি)
হেমা চৌধুৰী গগৈ (সম্পাদক)

Leave a Reply

Your email address will not be published. Required fields are marked *