Breaking News: কাজিৰঙাত বন্ধ হাতী চাফাৰী
৩০ এপ্ৰিলত বন্ধ হ’ব কাজিৰঙাৰ হাতী ছাফাৰি
চলিত পৰ্যটন বৰ্ষৰ বাবে বন্ধ হ’ব এই হাতী ছাফাৰি
অৱশ্যে ৰাষ্ট্ৰীয় উদ্যানৰ পথ ভালে থকা পৰ্যন্ত চলি থাকিব জীপ ছাফাৰি
কাজিৰঙা কৰ্তৃপক্ষই অৱগত কৰে এই সন্দৰ্ভত
