মহুৰামুখত কেব বিৰোধী আছুৰ বিক্ষোভ

মহুৰামুখ, ৬ ডিচেম্বৰ : সমগ্ৰ অসমত কেবৰ বিৰোধে প্ৰতিবাদ চলি থকাৰ মাজতে আজি মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাইও কেবৰ বিৰুদ্ধে মহুৰামুখ চাৰি আলিত বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি অঞ্চলটোৰ আকাশ বতাহ উত্তাল কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *