পুৰনীগুদামত গাড়ীৰ খুন্দাত লতা মেকুৰীৰ মৃত্যু।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৪ ডিচেম্বৰ: মঙ্গলবাৰে সন্ধ্যা নগাঁওৰ পুৰনীগুদামৰ কাষৰীগাৱঁত গাড়ীৰ খুণ্ডাত মৃত্যু হয় লতা মেকুৰী বাঘ। বাঘ জনীক ততাতয়াকৈ নগাৱঁৰ পান্থতৰু স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য সকলে নগাৱঁৰ সংমণ্ডলৰ অধিনষ্ঠ বন বিভাগক গতাই দিয়ে। মৰনোত্তৰ বাবে পঠিওৱা বাঘজনীৰ ৩টা পুৱালী আছিল বুলি জানিব পৰা গৈছে। পান্থতৰু সংৰক্ষনী অসম নামৰ সংগঠনটোৱে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে যান-বাহন গতিৰুধ নিয়ন্ত্ৰন কৰিবৰ বাবে বিভাগীয় কতৃপক্ষক আবেদন জনাই। আনহাতে, লতামেকুৰী পোৱালি কেইটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হব বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *