কলিয়াবৰত আটক বাহন সহ দুই বেটাৰী চোৰ

কাজিৰঙা লাইভ, কলিয়াবৰ, ২১ নৱেম্বৰ :
কলিয়াবৰত তহলদাৰী অৱস্থাত আৰক্ষীয়ে নিশা টাৱাৰৰ ২৪ টা চুৰি বেটাৰী আৰু এখন বাহন সহ আটক কৰে ২ টা চোৰ। মিছা আৰক্ষীয়ে আটক কৰা চোৰ দুটা পলাশবাৰীৰ মুকচেদ আলি আৰু সোনাপুৰৰ হজৰত আলি বুলি আৰক্ষীয়ে জানিব দিয়ে। অসমৰ বিভিন্ন স্থানত থকা টাৱাৰ সমূহৰ বেটেৰী চুৰি কৰি অহা চক্ৰটোৰ এই দুৰ্ধৰ্ষ চোৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানা সমূহত গোচৰ ৰুজু হৈ থকা বুলি আৰক্ষীয়ে মত প্ৰকাশ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *