বিজ্ঞাপন: *ভাল খৱৰ *: কাজিৰঙা লাইভ ২৪×৭ ৰ বাবে সংবাদ সেৱীৰ প্ৰয়োজন:

ভাল খৱৰ
কাজিৰঙা লাইভ ২৪×৭ ৰ এক প্ৰয়াস- “গ্ৰাম্য সংবাদ সেৱা”৷

“গ্ৰাম্য সংবাদ সেৱা”ৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চলসমূহৰ বা-বাতৰি প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰ বাবে নিম্ন উল্লেখিত অঞ্চল সমূহৰ পৰা সংবাদ কৰ্মীৰ প্ৰয়োজন ৷

স্থান: মহুৰা, ধনশ্ৰীমুখ, জাপৰিপথাৰ, ডলামৰা, বাগৰি, কুঠৰী, ৰাঙলু, ৰংমঙৱে ৷*

সংবাদ সেৱাৰ প্ৰতি আগ্ৰহী/ইচ্ছুক সকলে নিজ ফটোসহ বায়’ডাটা মেইল যোগে প্ৰেৰণ কৰিব পাৰিব।

*ই-মেইল: kazirangalive123@gmail.com

*আবেদনৰ শেষ তাৰিখ: 10 October 2019

ইচ্ছুক নতুন প্ৰাৰ্থীকো যোগ্যতা তথা নিৰ্বাচন সমিতিৰ সন্মতি অনুযায়ী ‘কাজিৰঙা লাইভ’লৈ গ্রামাঞ্চলৰ সাংবাদ প্ৰেৰণ কৰাৰ সুবিধা প্ৰদান কৰা হ’ব ৷

*যোগাযোগ নংঃ 9435489420/ 9101860646

( সময়: পুৱা ১০ বজাৰ পৰা সন্ধ্যা ৬ বজালৈকে)

Leave a Reply

Your email address will not be published. Required fields are marked *