মন্ত্ৰী অতুল বৰাৰ উপস্থিতত বোকাখাতত কংগ্ৰেছী নেতাৰ অগপত যোগদান।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ ছেপ্টেম্বৰ: বোকাখাতত আজি অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ উপস্থিতিত কেইবা গৰাকীও কংগ্ৰেছৰ দলৰ সদস্যই অগপ ত যোগদান কৰে ৷ এই সন্দৰ্ভত বোকাখাতত আয়োজন কৰা এখন সভাত সদৌ অসম চাহ আৰু প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক, সদৌ অসম অনুসূচীত জাতি পৰিষদৰ ৰাজ্যিক সংম্পাদক তথা বোকাখাত ব্লক কংগ্ৰেছ কমিটিৰ সম্পাদকৰ দায়িত্বত থকা ভাস্কৰ কালিন্দীয়েও আনুষ্ঠানিক ভাৱে অগপত যোগদান কৰে। অগপ নেতা মণিমাধৱ মহন্ত উপস্থিত থকা সভা খনত কেইবাজনো প্ৰাক্তন ছাত্ৰ নেতাই অগপত যোগদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *