পথ দুৰ্ঘটনাত মৃত্যু চাওঁতাল ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ ফেব্ৰুৱাৰী:
পথ দুৰ্ঘটনাত মৃত্যু চাওঁতাল ছাত্ৰ সন্থা গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক

কাজিৰঙাৰ দুৰ্ঘটনাত মৃত্যু প্ৰাক্তন আটছা কৰ্মী তথা চাওঁতাল ছাত্ৰ সন্থা, গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক জ্ঞানদ্বীপ মাঝি

দেওবাৰে সন্ধিয়া কাজিৰঙাৰ গেলেকীত সংঘটিত হৈছিল দুৰ্ঘটনাটো

সৰুপথাৰৰ এখন সভাত অংশগ্ৰহণ কৰি উভতি আহোঁতে সংঘটিত হৈছিল এই কৰুণ ঘটনা

দুৰ্ঘটনাত আহত চাওঁতাল ছাত্ৰ সন্থাৰ আন তিনিজনৰ অৱস্থাও সংকটজনক

দুৰ্ঘটনা সংঘটিত কৰা মাৰুটি 800 খনৰ নম্বৰ NL 02C 3570 আৰু Tata Sumu খনৰ নম্বৰ AS 03BC 6620।

কৰুণ ঘটনাত শোকৰ ছাঁ পৰিছে কাজিৰঙাত

Leave a Reply

Your email address will not be published. Required fields are marked *