BREAKING KAZIRANGA LIVE
কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী গোপাল চন্দ্ৰ দেৱ গোস্বামীৰ দেহাৱসান। অসম মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন সত্ৰাধিকাৰ গৰাকীক শনিবাৰৰ পৰা ৰখা হৈছিল আইচ’লেছনত। আজি দিনৰ ১১-০০ বজাত চিকিৎসকে মৃত ঘোষণা কৰে সত্ৰাধিকাৰ গৰাকীক।
