কলীয়াভোমোৰা দলঙত অঘটন। ব্ৰহ্মপুত্ৰত সন্ধানহীন শ্ৰমিক

কাজিৰঙা লাইভ, কলিয়াবৰ, ১৪ নৱেম্বৰ: কলীয়াভোমোৰা দলঙৰ সমীপত নিৰ্মাণ কাৰ্য্য চলি থকা দলঙৰ ২০ নং খুটাৰ ব্ৰহ্মপুত্ৰৰ পানীত পৰি এজন শ্ৰমিকৰ সন্ধানহীন। সন্ধানহীন শ্ৰমিক জনৰ নাম ৰবিনচন বে। শ্ৰমিক ৰবিনচন বে’ৰ ঘৰ কাৰ্বি আংলং জিলাৰ বৈঠালাংচুত জানিব পৰা গৈছে। সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত হয় দুৰ্ঘটনা। পুৱা হে সন্ধানহীন শ্ৰমিক জনৰ সন্ধানত অভিযান চলাব পাৰিব NDRF বাহিনীয়ে। গেমন ইণ্ডিয়াৰ অধীনত