কাজিৰঙাত বনবিভাগৰ হাতীৰ মৃত্যু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনবিভাগৰ হাতীৰ মৃত্যু ৷ মৃত হাতীটোৰ নাম কাৰ্তিক ৷ শাৰীৰিক অসুস্থতাৰ বাবে কাৰ্তিক প্ৰায় তিনি বছৰ ধৰি চিকিৎসাধীন অৱস্থাত আছিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *