কমাৰগাঁৱত কাছ উদ্ধাৰ।

কমাৰগাঁও, ১৭ ছেপ্টেম্বৰ: কমাৰগাঁৱৰ বৰদিহিঙীয়াত বৃহৎ আকৃতিৰ কাছ উদ্ধাৰ। বৰদিহিঙীয়া গাঁৱৰ যোগেন কাকতি নামৰ এজন লোকৰ বাৰীত বুধবাৰে নিশা উদ্ধাৰ হয় বৃহৎ আকাৰৰ কাছটো ৷ উদ্ধাৰ হোৱা কাছটোৰ ওজন প্ৰায় ১৫ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে কাছটো বৰদিহিঙীয়া বৰ নামঘৰৰ পুখুৰীত মুকলি কৰি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *