শ্বহীদ নগৰী ঢেকিয়াজুলিত অহা ২৫ মাৰ্চত অনুষ্ঠিত হ’ব সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ অধিবেশন ৷ ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগ আৰু ঢেকিয়াজুলিবাসীৰ ৰাইজৰ সহযোগত আজি গঠন হয় এখন শক্তিশালী অভ্যৰ্থনা সমিতি ৷
পলিমা বি চেতিয়া, কাজিৰঙা লাইভ, ঢেকিয়াজুলি ,৫ জানুৱাৰী : শ্বহীদ নগৰী ঢেকিয়াজুলিত অহা ২৫ জানুৱাৰীত…
